গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত এজন। বাগিচাত পাত চিঙি থাকোঁতে আক্ৰমণ কৰে বুবুল মিৰ্ধা নামৰ এজন লোকক। আহত ব্যক্তি গৰাকীক স্থানীয় লোকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় লোক জনে। দিৰ্ঘদিনৰ পৰা বাঘে এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত। বন বিভাগক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિંગર મીકા સિંહ બોમ્બે હાઈકોર્ટ પહોંચ્યા:17 વર્ષ જૂની એફઆઈઆર રદ કરવાની વિનંતી કરી, રાખી સાવંતને કિસ કરવાના કારણે ફસાયો હતો
સિંગર મીકા સિંહે રાખી સાવંત દ્વારા કરવામાં આવેલી છેડતીની ફરિયાદને રદ કરવા માટે બોમ્બે હાઈકોર્ટનો...
এইবাৰ নিজম পৰি ৰ'ব ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ ।
অসাৰ প্ৰতিপন্ন হল চৰকাৰী ঘোষণা । সুধাকণ্ঠৰ ৯৬ সংখ্যক জন্ম দিনটোতো এইবাৰ নিজম পৰি ৰ'ব ভাৰত...
विधायक चांदना के नेतृत्व में किसानों का जंगी प्रदर्शन
किसानों को यीसीजार भरकर परेशान करने के विरोध में आज पूर्व पोषित कार्यक्रम के अनुसार हिण्डोली...