গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত এজন। বাগিচাত পাত চিঙি থাকোঁতে আক্ৰমণ কৰে বুবুল মিৰ্ধা নামৰ এজন লোকক। আহত ব্যক্তি গৰাকীক স্থানীয় লোকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় লোক জনে। দিৰ্ঘদিনৰ পৰা বাঘে এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত। বন বিভাগক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নিৰ্বাচনী দিন ঘোষণাঃ জিলা প্ৰশাসনৰ সংবাদমেল
শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী দিন ঘোষণাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনে আজি এক সংবাদমেলৰ আয়োজন কৰে ৷...
समरावता हिंसा में घायलों को मिले मुआवजा, सचिन पायलट ने भजनलाल सरकार से की मांग
राजस्थान विधानसभा उपचुनाव के दौरान देवली के समरावता में भयानक बवाल हुआ. एसडीएम अमित कुमार को...
शिरूर येथील शेतकरी पुत्राची शिंदे-फडणवीस सरकारकडे मदतीसाठी आर्त हाक..
शिरूर येथील शेतकरी पुत्राची शिंदे-फडणवीस सरकारकडे मदतीसाठी आर्त हाक..
સિહોર પાસે શિવકુજ આશ્રમમાં યજ્ઞનું આયોજન કરાયું હતું
શ્રી શિવકૂંજ આશ્રમ જાળિયા ખાતે શ્રાવણ માસ પ્રસંગે યજ્ઞ આયોજન થયું છે.પવિત્ર શ્રાવણ માસ દરમિયાન...