অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰাণৰ য়ুনুচ আনচাৰিয়ে। ডিব্ৰুগড়ৰ মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ য়ুনুচ আনচাৰিয়ে বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰি মৰাণৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বমুঠ 462 নম্বৰ পাবলৈ সক্ষম হোৱা য়ুনুচ আনচাৰিৰ ঘৰ মৰাণ পিয়লি নগৰত। য়ুনুচ আনচাৰিৰ এই সফলতাত মৰাণ চিনিয়ৰ চেকেণ্ডেৰী সমূহ পৰিয়ালবৰ্গক উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম চৰকাৰৰ আদৰ্শ গাঁও নিৰ্মাণ পৰিকল্পনা ভেঙুচালিত পৰিণত
মাৰ্ঘেৰিটা মহকুমাৰ বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়ত ৰ অন্তর্গত তিনিহুতি গাঁও পঞ্চায়ত ব্যাপক...
ડિફેન્સ એક્સ્પો-2022નો શુભારંભ– મહાત્મા મંદિર, ગાંધીનગર
ડિફેન્સ એક્સપોમાં મને નૂતન ભારતની ભવ્ય તસવીર
દેખાય છે: પ્રધાનમંત્રી શ્રી નરેન્દ્રભાઈ મોદી...
સુરેન્દ્રનગરમાં ભારે વરસાદથી અસરગ્રસ્ત ખેતરોની રૂબરૂ મુલાકાત લેતા ઇન્ટર મીનિસ્ટ્રીયલ સેન્ટ્રલ ટીમના સભ્યો
રાજ્યમાં પડેલા ભારે વરસાદની સ્થિતિમાં સુરેન્દ્રનગર, મોરબી અને કચ્છ જિલ્લામાં થયેલા નુકસાનનો તાગ...
ব্ৰহ্মপুত্ৰৰ পানীয়ে গৃহহীন কৰিলে প্ৰায় ১০০ টাকৈ পৰিয়ালক
ৰাজ্যৰ প্ৰায় পাঁচখনকৈ জিলাৰ অধিকাংশ ঠাইত এতিয়া বানৰ সংহাৰ। মৰিগাঁও জিলাতো ব্ৰহ্মপুত্ৰ নৈৰ...