অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰাণৰ য়ুনুচ আনচাৰিয়ে। ডিব্ৰুগড়ৰ মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ য়ুনুচ আনচাৰিয়ে বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰি মৰাণৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বমুঠ 462 নম্বৰ পাবলৈ সক্ষম হোৱা য়ুনুচ আনচাৰিৰ ঘৰ মৰাণ পিয়লি নগৰত। য়ুনুচ আনচাৰিৰ এই সফলতাত মৰাণ চিনিয়ৰ চেকেণ্ডেৰী সমূহ পৰিয়ালবৰ্গক উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP તેમજ સાથી ચેરીટેબલ ટ્રસ્ટના સંયુક્ત ઉપક્રમે મંત્રોષધિ સુવર્ણપ્રાશન સંસ્કાર કેમ્પ યોજાયો
ભારતીય જનતા પાર્ટી તેમજ સાથી ચેરીટેબલ ટ્રસ્ટના સંયુક્ત ઉપક્રમે મંત્રોષધિ સુવર્ણપ્રાશન સંસ્કાર...
Top Headlines Of The Day: Israel-Palestine War | Operation Ajay | India Vs Pak | Sanjay Singh AAP
Top Headlines Of The Day: Israel-Palestine War | Operation Ajay | India Vs Pak | Sanjay Singh AAP
બે કરોડના ખર્ચે બનનાર રોડનું ખાત મુહૂર્ત .....
બે કરોડના ખર્ચે બનનાર રોડનું ખાત મુહૂર્ત .....
জিলা বন্ধ উঠাই লবলৈ টাইপাক কৰযোৰে আহ্বান শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা সমিতিৰ
অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা নকৰিবলৈ টাই আহোম যুৱ পৰিষদ অসমক কৰযোৰে আহ্বান শ্ৰীমন্ত...
ડીસા ના હવાઈ પીલર ખાતે આવેલ નાનાજી દેશમુખ ગાર્ડન ખુલ્લો મુકાયો
ડીસા ના હવાઈ પીલર ખાતે આવેલ નાનાજી દેશમુખ ગાર્ડન ખુલ્લો મુકાયો