শিৱসাগৰ জয়সাগৰ স্থিত 149 CRPF ৰ জাতীয় পতকা লৈ শোভাযাত্ৰা

আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জয়সাগৰস্থিত 149 CRPF ৰ জাতীয় পতকা লৈ দৌৰ শোভাযাত্ৰা | জনসাধাৰণৰ মনত দেশপ্ৰেম আৰু দেশৰ বাবে আত্মবলিদানৰ ভাব উদয় হোৱা লক্ষ্যৰে হৰ ঘৰ টিৰংগা নামৰ এই কাৰ্য্যসুচী ৰূপায়ন কৰা হয় |

ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা জয়সাগৰ স্থিতি কেম্পলৈ কেইবাকিলি মিটাৰ পথেৰে এই দৌৰ শোভাযাত্ৰা বাহিৰ কৰে বাহিনীটোৱে |