বিজ্ঞান শাখাত নৱম স্থানত নাজিৰা ৱেদ একাডেমীৰ কাশ্যপ গগৈ ।। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত নাজিৰা বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ স্কুলৰ ছাত্ৰ কাশ্যপ গগৈয়ে শীৰ্ষ দহটা স্থানৰ নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়।মুঠ ৪৭০নম্বৰ লাভ কৰে কাশ্যপ গগৈয়ে।শিক্ষানুষ্ঠানখনত বিনামূলীয়াকৈ পাঠদান কৰোৱা ছাত্ৰ কাশ্যপ গগৈৰ ঘৰ নাজিৰা বাউলী মৈদামত । পিতৃ ক্ষুদ্ৰ ব্যৱসায়য়ী সুশিল গগৈ আৰু মাতৃ তৰা গগৈৰ একমাত্ৰ পুত্ৰ কাশ্যপ গগৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગણેશ ભક્તો માટે અંતિમ પૂજા કરી શકાય તે માટે જુદા-જુદા ટેબલ સહિતની વ્યવસ્થા પણ ગોઠવવામાં આવી છે
ગણેશ ભક્તો માટે અંતિમ પૂજા કરી શકાય તે માટે જુદા-જુદા ટેબલ સહિતની વ્યવસ્થા પણ ગોઠવવામાં આવી છે
Ram Mandir की तैयारियों के बीच 'हिंदू विरोधी' पर क्या बोले Rahul Gandhi? | Nyay Yatra
Ram Mandir की तैयारियों के बीच 'हिंदू विरोधी' पर क्या बोले Rahul Gandhi? | Nyay Yatra
108MP कैमरा के साथ लॉन्च हुआ Realme C67 का नया वेरिएंट, चेक करें कीमत और फीचर्स
Realme ने अपने यूजर्स के लिए हाल ही में Realme C67 5G लॉन्च किया है। आज इस फोन की भारत में पहली...