"ইয়াতে পিন্ধি আমনি লগা কাপোৰ কেইটা থৈ যাব..."

"প্ৰয়োজন হোৱা সকলে লৈ যাব"

শোণিতপুৰৰ ঠেলামাৰাৰ দৈনিক বজাৰত কাপোৰৰ বেংক স্থাপন। 

#thevoiceofchariduar #NewsUpdate #BreakingNews #Sonitpur