২০ জুনৰ পৰা ২৮ জুনলৈ বিশাল আয়োজনে গোলাঘাট নগৰত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ আজি মহাস্নান যাত্ৰাৰ শুভাৰম্ভণি কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে । এই উপলক্ষে নগৰৰ ষ্টেচন ৰোডৰ কালিবাৰী প্ৰাঙ্গণত ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশেৰে অনুষ্ঠিত হয় শ্ৰীশ্ৰী জগন্নাথৰৰ মহাস্নান । বিধায়ক বিশ্বজিৎ ফুকন উক্ত মাংগলিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাকি,বন্তি,ধূপ,ধূনা ,নৈবদ্যৰে মহাস্নান পৰ্বৰ শুভাৰম্ভণি কৰে ।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক,শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা আদৰণি সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা,বিশ্বজিৎ বৰা,কাৰ্যকৰী সভাপতি প্ৰদীপ বাকলিৱাল,সম্পাদক মহেন গগৈ,বিষয়ববীয়া ৰবী শৰ্মা,দিলীপ শইকীয়া স্থানীয় ভক্তপ্ৰাণ ৰাইজ,গণ্য-মান্য বক্তিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে অহা ২০ জুনত আৰম্ভ হ'বলগীয়া ৰথ যাত্ৰা আৰু সংকীৰ্ত্তনত লণ্ডন,আমেৰিকা,ৰাছিয়া,জাৰ্মান,কম্বোদীয়া,বাংলাদেশ আদিৰ পুৰুষ-মহিলা ভক্তই অংশগ্ৰহণ কৰিব । সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আদৰণি সমিতিয়ে কামনা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय क्रिकेट टीम का यह ऐतिहासिक विजय देशवासियों को गौरवान्वित करने वाला है।
#T20WorldCup2024 के फाइनल मुकाबले में भारतीय टीम द्वारा दक्षिण अफ्रीका पर शानदार जीत हासिल करने...
এছিয়ান গেমছত পুনৰ স্বৰ্ণ জয় ভাৰতৰ।
এছিয়ান গেমছত পুনৰ স্বৰ্ণ জয় ভাৰতৰ। আৰ্চাৰীৰ মিক্সড টীম ইভেণ্টত জ্যোতি সুৰেখা-অ’জাছ দেওতালেৰ...
વડોદરા પાલિકા દ્વારા રખડતા ઢોર પકડવાની કામગીરી સામે સવાલો ઉઠયા
વડોદરા પાલિકા દ્વારા રખડતા ઢોર પકડવાની કામગીરી સામે સવાલો ઉઠયા
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News