ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ।ডিব্ৰুগড় সংযোগী পথ বন্ধ ।এজাক মুখলধাৰা বৰষুণ আৰু বিধ্বংসী ধুমুহাই ধুই থৈ গল ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ পানী গাঁও অঞ্চলত পুৱতি নিশা ৩'৪৫ বজাত অহা বৰষুণত এই নিৰ্মম প্ৰাকৃতিক বিপযয় ঘটে।মুখলধাৰা বৰষুণৰ সমান্তৰাল কৈ অহা বিজুলী ধেৰেকণি আৰু পাছলৈ অহা প্ৰবল বেজী ধুমুহা ই তাণ্ডৱ চলালে দেউলীয় গোবিন্দ পুৰ লাটৰ পানী গাৱঁৰ ,গোবিন্দপুৰ গোৱাল গাঁৱৰ অঞ্চলত ধুমুহাৰ তীব্ৰতা ইমানেই বেছি আছিল যে পানী গাঁৱৰ চৰকাৰী ৰেচম ফাৰ্মৰ 20-25 জোপা বৃহৎ বৃহৎ গছ উভালি ঢকুৱাখনা মাছখোৱা গঁড়কপ্তানী পথৰ ওপৰত পৰি পথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে।পৰিণতিত সুদীৰ্ঘ সময় ধৰি যাতায়ত বিছিন্ন হৈ পৰে।মহকুমাৰ প্ৰশাসনে বন্ধ পথটো এক্সকেভেট ৰ লগাই পুনৰ যাতায়ত ৰ বাবে মুকলি কৰা চেষ্টা চলাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જેસરના કરજાળા ગામે યુવકને માર મરાયો પોલીસ ફરિયાદ દાખલ કરવામાં આવી
જેસરના કરજાળા ગામે યુવકને માર મરાયો પોલીસ ફરિયાદ દાખલ કરવામાં આવી
Uttarkashi Tunnel Rescue: उत्तराखंड में प्रोजेक्ट पर Akhilesh Yadav ने उठाए सवाल, देखें क्या कुछ कहा
Uttarkashi Tunnel Rescue: उत्तराखंड में प्रोजेक्ट पर Akhilesh Yadav ने उठाए सवाल, देखें क्या कुछ कहा
মৰাণ দিখাৰীত ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃৰ আত্মহত্যা
মৰাণ দিখাৰীত ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃৰ আত্মহত্যা
অসমৰ প্ৰথম একক মুক্তক সংগ্ৰহ অনুপ শৰ্মাৰ "প্রতীক্ষা" গৃহ বিমোচন
কমল নয়ন সংস্কৃতি গোষ্ঠীৰ দ্বাৰা আয়োজিত আৰু আগচু মোনাবাৰী গাওঁ শাখাৰ সহযোগত Career...