শুভ নিৰ্জলা একাদশী upolokhe হিংৰিজান ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত মন্দিৰ পৰিচালনা সমিতিৰ আবেদন মৰ্মে মাৰোৱাৰী যুৱ মঞ্চ, মৰাণহাট শাখাৰ উদ্যোগত স্বৰ্গীয় ৰাজকুমাৰ আগৰৱালা সোঁৱৰণত ৰাইজৰ সুবিধাৰ্থে এখনি বিশুদ্ধ তথা শীতল খোৱা পানী মেচিনৰ শুভ উদ্বোধন কৰা হ'য । উক্ত অনুষ্ঠানত উপস্থিত থাকে খুমটাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মা, মাহমৰা খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাঠৰ, দাতা পৰিয়ালবৰ্গ, মাৰোৱাৰী যুৱ মঞ্চ, মৰাণহাট শাখাৰ বিষয় ববীয়াসকল তথা স্হানীয় ৰাইজ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किशोरियां स्वस्थ होंगी तभी समाज संतुलित रहेगा, कार्यशाला में स्वास्थ्य, स्वच्छता प्रबंधन तथा एनीमिया के बारे में किया जागरूक
किशोरियां स्वस्थ होंगी तभी समाज संतुलित रहेगाकार्यशाला में स्वास्थ्य, स्वच्छता प्रबंधन तथा...
Nawaz Sharif एक बार फिर Pakistan के प्रधानमंत्री बने तो फौज से उनके रिश्ते कैसे होंगे? (BBC Hindi)
Nawaz Sharif एक बार फिर Pakistan के प्रधानमंत्री बने तो फौज से उनके रिश्ते कैसे होंगे? (BBC Hindi)
કાંકરેજ ટીડીઓની સરકારી ગાડીને વડા ગામ પાસે અકસ્માત.. ઇન્ચાર્જ ટીડીઓ ડ્રાઈવરનો આબાદ બચાવ
કાંકરેજ ટીડીઓની સરકારી ગાડીને વડા ગામ પાસે અકસ્માત.. ઇન્ચાર્જ ટીડીઓ ડ્રાઈવરનો આબાદ બચાવ
Deven Choksey's Multibagger Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?
Deven Choksey's Multibagger Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો