জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অধীনস্থ তিলৈ গ্ৰাম্য বজাৰ বহুমূখী প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত বিধানসভা সমষ্টিটোৰ কেইবাগৰাকী হিতাধিকাৰীৰ মাজত আয়ুষ্মান কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। উল্লেখযোগ্য যে মৰাণ সমষ্টিত আয়ুষ্মান অসম কাৰ্ড আজি আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ হৈছে, পৰৱৰ্তী সময়ত জিলাখনৰ পঞ্চায়তসমূহৰ জৰিয়তে এই কাৰ্ড হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা হ'ব। জিলাখনৰ সমূহ ৰাষ্টীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই কাৰ্ড লাভ কৰাৰ বাবে যোগ্য বুলিও বিধায়ক চক্ৰধৰ গগৈয়ে মন্তব্য কৰে। লগতে আয়ুষ্মান অসম কাৰ্ডৰ সহায়ত চিকিৎসালয়ত এবছৰত ৫ লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। এই শুভউদ্বোধন আৰু বিতৰণ কাৰ্যসূচীত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत विभाग ने शिविर लगाकर लोगों को दी पीएम सूर्यघर योजना की जानकारी
कोटा. कनवास क्षेत्र में सौर ऊर्जा के उपयोग को बढ़ावा देने तथा उपभोक्ताओं को बिजली के बिलों से...
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
તળાજામાં નિરાધાર પશુઓની વ્હારે આવ્યા જીવદયપ્રેમીઓ યુવાનોની કામગીરીને સેલ્યુટ
તળાજામાં નિરાધાર પશુઓની વ્હારે આવ્યા જીવદયપ્રેમીઓ યુવાનોની કામગીરીને સેલ્યુટ
मायुमं के प्रांतीय अध्यक्ष सहित पदाधिकारियों का सांगठनिक दौरा।
मायुमं के प्रांतीय अध्यक्ष सहित पदाधिकारियों का सांगठनिक दौरा।आज सोनारी स्थित मायुमं कार्यालय में...