অহা১ জুনৰ পৰা ৰাজ্যত বন্ধ হ'ব ASTCৰ বাছসেৱা। এই অবৈধ নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত অধিকাংশই আনন্দ প্ৰকাশ তিৱাৰীৰ কাৰ্যকালত আৰু একাংশই খগেন্দ্ৰ নাথ চেতিয়াৰ কাৰ্যকালত নিযুক্তি লাভ কৰিছিল।

#thevoiceofchariduar #newsupdate #TVC #ASTC