#baliparaaasu ৰ প্ৰতিবাদ। আজি বালিপৰাত আছুৱে ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত পৰিহাৰৰ দাবীত বালিপৰা চেন্তাৰত "দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছে।পুৱা ৬.০০ বজাৰ পৰা আবেলি ৪.০০ বজালৈ পালন কৰা এই ধৰ্মঘটৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ তীব্ৰ বিৰোধীতা কৰে আৰু অসমীয়া মাধ্যম পুনৰ প্ৰৱৰ্তনৰ দাবী জনায় বালিপৰা আছুৰ সম্পাদক গুলজাৰ আলিয়ে।

#thevoiceofchariduar #NewsUpdate #Balipara #Aasu