ঢকুৱাখনাৰ ধৰৰ্মশালাত আম আদমি পাৰ্টিত যোগদান 2শতাধিক লোকৰ ।পঞ্চায়ত নিৰ্বাচনত খেলিব আম আদমি পাৰ্টি দলে । ঢকুৱাখনা বিধান সভা সমষ্টিত আৰম্ভ হৈছে ভিন্ন দলৰ খহনীয়া ।ভিন্ন দলৰ 2শতাধিক কৰ্মীয়ে আম আদমী পাৰ্টিত যোগদান কৰে।আম আদমি দলৰ নীতি আৰু আদর্শ প্ৰতি আকৃষ্ট হৈ ধৰ্মশালাত অযোজিত যোগদান কাৰ্যসূচীত বহুসংখ্যকে আম আদমি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नाबालिग खेलते हुए पेट्रोल लेकर आए, लगी आग, गौवंश का पेट जला, बजरंग दल ने थाने के बाहर किया प्रदर्शन
कोटा में गौवंश को जलाने की कोशिश करने का मामला सामने आया है। घटना के विरोध में हिंदू संगठन के...
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি...
विनोद सुनारा बने श्री दिगंबर जैन बड़ा मंदिर कमेटी के अध्यक्ष
निवाई में श्री दिगंबर जैन बड़ा मंदिर कमेटी के चुनाव अधिकारी ज्ञानचंद सोगानी की देखरेख में संपन्न...
સુરત : ગોડાદરા પોલીસે આઠ વાહનો અને રિક્ષા સાથે ત્રણ રીઢા ચોર ઝડપી પાડયા | SatyaNirbhay News Channel
સુરત : ગોડાદરા પોલીસે આઠ વાહનો અને રિક્ષા સાથે ત્રણ રીઢા ચોર ઝડપી પાડયા | SatyaNirbhay News Channel