শিৱসাগৰৰ চুকাফা সভাকক্ষত স্বাস্থ্যবিভাগৰ পৰ্য্যালোচনা সভাত স্বাস্থ্যবিভাগে জিলাখনৰ বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ সমুহত শিশু আৰু প্ৰসুতিকে আদিকৰি বিভিন্ন ৰোগীক আগবঢ়োৱা চিকিৎসা সেৱা প্ৰধানমন্ত্ৰী ৰ টিবি মুক্ত ভাৰত অভিযান, কুষ্ঠ ৰোগ নিবাৰণ আদি বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু চিকিৎসালয় সমুহৰ আন্তঃ গাঠনিৰ বিষয়ে অৱগত কৰে মন্ত্ৰী গৰাকীয়ে।এই পৰ্য্যালোচনা সভাত উপস্থিত থাকে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা , শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ।, অতিৰিক্ত উপায়ুক্ত মন্দিৰা বৰুৱা লগতে নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈনৰ উপৰিও জিলাখনৰ স্বাস্থ্যবিষয়া সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हर घर तिरंगा कार्यक्रम को सफल बनाने के लिए दरंग भाजपा का पदयात्रा
आजादी के अमृत महोत्सव के मद्देनजर देश के प्रधानमंत्री नरेंद्र मोदी के आह्वान क्रम में हर घर...
ৰৌ-বৰালিক চুবই পৰা নাই আৰক্ষীয়ে: ৫০০ কোটিৰ ডিজিটেলাইজ কেলেংকাৰি
গ্ৰন্থ ভিজিটেলাইজেশ্বনৰ নামত ৰাজ্যৰ শ শ নিবনুৱাক প্ৰৱঞ্চনাৰ জালত সুমুৱাই ৫০০ কোটি টকা লুটি নিয়া...
ৰতনপুৰ মিৰি নতুন বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মাতৃ সন্মিলন সম্পন্ন
ৰতনপুৰ মিৰি নতুন বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন মাতৃ সন্মিলন সম্পন্নসমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি...
Breaking News: Tirupati लड्डू विवाद से जुड़ी 3 याचिकाएं SC पहुंची, 30 सितंबर को होगी सुनवाई | AajTak
Breaking News: Tirupati लड्डू विवाद से जुड़ी 3 याचिकाएं SC पहुंची, 30 सितंबर को होगी सुनवाई | AajTak
দিল্লীৰ বান পৰিস্থিতিৰ বাবে প্ৰৱেশ নিষিদ্ধ হ'ল কেইবাটাও পথত
দিল্লীৰ বান পৰিস্থিতিৰ বাবে প্ৰৱেশ নিষিদ্ধ হ'ল কেইবাটাও পথত।
#delhi #ArvindKejriwal...