গোলাঘাটত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন।গোলাঘাটৰ বিশিষ্ট লেখক,কবি ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ আজি উন্মোচিত হৈ যায় । এই উপলক্ষে গোলাঘাট পৌৰ সভা কাৰ্যালয়ৰ সভা কক্ষত প্ৰবীণ সাংবাদিক,সমাজকৰ্মী দ্বীপেন দত্তৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই । দীপক হিলৈদাৰীয়ে আঁত ধৰা অনুষ্ঠানত ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখন গ্ৰন্থ ক্ৰমে প্ৰভাতী সূৰুয,অস্তমিত সূৰুযৰ হেঙুলী কিৰণ,সোণালী চুলি,ৰান্ধনী বেলি আৰু সাধুকথাৰ যাদু উন্মোচন কৰে বিশিষ্ট লেখক,নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা,প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত,বিশিষ্ট শিক্ষাবিদ ড°লুকুমণি গোস্বামী, সুচেন বৰ্মণ আৰু লেখক,কবি দিলাল আহমেদে । গ্ৰন্থকেইখন কবিতা সংকলন,অণুগল্প আৰু মন পৰশা সাধুৰে সমৃদ্ধ । অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা ত্ৰিদীপ বেজবৰুৱা,বিশিষ্ট ঔপন্যাসিক অপৰাজিতা বৰুৱা, অৱসৰপ্ৰাপ্ত বিষয়া,সমাজকৰ্মী দ্বীজেন বৰা, দীপ কলিতা , অৱসৰপ্ৰাপ্ত বেংক বিষয়া,সমাজকৰ্মী ৰাজীৱ শৰ্মা,লেখক,অনুবাদক আমিনুৰ ৰহমান আদি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nilesh Rane: झाराप येथील चहाच्या टपरीवर वाद; पर्यटकाला बांधून ठेवले, निलेश राणेंचा थेट इशारा | Kudal
Nilesh Rane: झाराप येथील चहाच्या टपरीवर वाद; पर्यटकाला बांधून ठेवले, निलेश राणेंचा थेट इशारा | Kudal
হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল
হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল।চোৰৰ দলে মাজনিশা তহল দিয়াৰ দৃশ্য বন্ধী চিচি...
સિહોર શહેરમાં આમ આદમી પાર્ટી પ્રસાર કરશે
રાજ્યમા વિધાનસભાની ચૂટણી નજીક આવી રહી છે, તેમ હવે રાજકીય પક્ષો દ્વારા પ્રચારથી લઇ...
কলাইগাও আঞ্চলিক যুব ছাত্ৰ পৰিষদৰ ন পুৰনি সতীৰ্থ সন্মিলন অনুষ্ঠিত
কলাইগাও প্ৰগতিশীল জনমঞ্চত আজি কলাইগাও আঞ্চলিক যুব ছাত্ৰ পৰিষদৰ উদ্যোগত ন পুৰনি সতীৰ্থ সন্মিলন...
आशाताईंना साडी - चोळी भेट देऊन भाऊबीज साजरी
सामाजिक संघटनांची बांधिलकी भावुक करणारी - डॉ सुहास कोरे
वाशिम तालुक्यातील काटा प्राथमिक आरोग्य केंद्र क्षयरोगमुक्त करण्यासाठी विविध सामाजिक...