IPL জুৱাৰীৰ বিৰুদ্ধে নিশা গোলাঘাট আৰক্ষীৰ অভিযান। এজন গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। জুৱাৰীটোৰ নাম সুজল হুদা। গোলাঘাট নগৰৰ টোকানী চাৰ্কোলত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS-03AB-9585 নম্বৰৰ বিলাসী বাহন সহ গ্ৰেপ্তাৰ কৰে যুৱকজনক। উল্লেখ যে IPL ৰ নামত গোলাঘাট জিলাত ব্যাপক হাৰত জুৱা চলি থকাৰ অভিযোগ। আৰু সুজল হুদা নামৰ যুৱকজন On Line যোগে জুৱাৰ বেহা চলাই থকাৰ অভিযোগ। আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব আৰু কোন কোন এই জুৱাত জড়িত হৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Vs Hamas Today: Saudi Arab के Crown Prince Mohammed bin Salman की Iran के राष्ट्रपति से बात
Israel Vs Hamas Today: Saudi Arab के Crown Prince Mohammed bin Salman की Iran के राष्ट्रपति से बात
নতুন ৰূপত সজাই তোলা হ’ব ৰাজ্যৰ ১০০০ খন বিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা
আজি গুৱাহাটীৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১০০০ খন...
રાધનપુરમાં ડો. કનુભાઈ પટેલ એ ગુજરાતના મુખ્યમંત્રીને લખ્યો પત્ર
રાધનપુરમાં ડો. કનુભાઈ પટેલ એ ગુજરાતના મુખ્યમંત્રીને લખ્યો પત્ર
માલસરથી સાધલી થઇ બાયડ મોટી બસ મૂકવામાં ન આવતા વિરોધ 2022 | Spark Today News
માલસરથી સાધલી થઇ બાયડ મોટી બસ મૂકવામાં ન આવતા વિરોધ 2022 | Spark Today News