পাঁচ বছৰ বয়সত বাছ দুৰ্ঘটনাত সোঁহাত হেৰুৱাই পেলোৱা তিৰুৱনন্তপুৰমৰ অখিলাই UPSC Civil Service Exam2023 ত উত্তীৰ্ণ হৈছে।অখিলা পৰীক্ষাত উত্তীৰ্ণ হৈ অতি সুখী, অখিলাই এহাত থকাৰ পিছতো হাৰ নামানিল আৰু মানুহৰ আগত এটা আদৰ্শ দেখুৱালে যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, চেষ্টা কৰা সকলে কেতিয়াও হাৰি নাযায়।

#thevoiceofdadara #upsc #civilservice #upsctopper #AkhilaBS #NewsUpdate