নলবাৰী জিলাৰ বৰভাগৰ প্ৰানকেন্দ্ৰ স্বৰূপ কালাগ হাটখলাৰ কেইবা ঠাইটো বোকাপানী একাকাৰ হোৱাত ৰাইজে যাতায়তত যথেষ্ট দুৰ্যোগ ভোগ কৰিছে৷উল্লেখ্য যে অতিপাত ব্যস্ত ব্যৱসায়ীক স্থান হিচাবে চিহ্নিত কালাগ হাটখলাৰ এনেকুৱা দুৰ্যোগৰ সময়তো কোনো ধৰনৰ ব্যবস্থা নোলোৱা টো অতিপাত দুৰ্ভাগ্যৰ বিষয় বুলি একাংশ ভূক্তভোগি ৰাইজে আক্ষেপ কৰিছে৷বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ জিৰণিৰ ঠাই উক্ত স্থানত বোকাপানী গচকি পথচাৰী অহাযোৱা কৰিব লগা হোৱাটো মনকৰিবলগীয়া বিষয়৷এই সম্পৰ্কে কোনো দল সংগঠনৰ কৰ্মীয়ে মাত মতাটো ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই বুলি আজি কেইজনমান ভূক্তভোগি ৰাইজে সদৰি কৰিছে৷এই সকল ৰাইজে অনতিপলমে কালাগ হাটখলাৰ বোকাপানী সমূহ আতৰ কৰি যাতায়তৰ উপযোগী কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रायबरेली में एक ही रस्सी के सहारे लटकते मिले प्रेमी-प्रेमिका के शव पुलिस मामले की जांच कर रही है।
रायबरेली में एक ही रस्सी के सहारे लटकते मिले प्रेमी-प्रेमिका के शव पुलिस मामले की जांच कर रही है।...
মঙলদৈৰ ঘটনা সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম।
মঙলদৈৰ ঘটনা সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম।
બાલવીરમાં ખ્યાતિ મેળવેલ દેવ જોષી ની ગુજરતી ધાર્મિક ચલચિત્ર દ્વારા થઈ રહી છે વાપસી જુઓ શું કહ્યું.
બાલવીરમાં ખ્યાતિ મેળવેલ દેવ જોષી ની ગુજરતી ધાર્મિક ચલચિત્ર દ્વારા થઈ રહી છે વાપસી જુઓ શું કહ્યું.
धर्म संकट में राज्यसभा उपसभापति, दिल्ली अध्यादेश पर JDU का व्हिप जारी; पक्ष या विपक्ष में वोट करेंगे हरिवंश?
Parliament Monsoon Session संसद में आज केंद्र सरकार दिल्ली के अधिकारों से संबंधित...