নলবাৰী জিলাৰ বৰভাগৰ প্ৰানকেন্দ্ৰ স্বৰূপ কালাগ হাটখলাৰ কেইবা ঠাইটো বোকাপানী একাকাৰ হোৱাত ৰাইজে যাতায়তত যথেষ্ট দুৰ্যোগ ভোগ কৰিছে৷উল্লেখ্য যে অতিপাত ব্যস্ত ব্যৱসায়ীক স্থান হিচাবে চিহ্নিত কালাগ হাটখলাৰ এনেকুৱা দুৰ্যোগৰ সময়তো কোনো ধৰনৰ ব্যবস্থা নোলোৱা টো অতিপাত দুৰ্ভাগ্যৰ বিষয় বুলি একাংশ ভূক্তভোগি ৰাইজে আক্ষেপ কৰিছে৷বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ জিৰণিৰ ঠাই উক্ত স্থানত বোকাপানী গচকি পথচাৰী অহাযোৱা কৰিব লগা হোৱাটো মনকৰিবলগীয়া বিষয়৷এই সম্পৰ্কে কোনো দল সংগঠনৰ কৰ্মীয়ে মাত মতাটো ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই বুলি আজি কেইজনমান ভূক্তভোগি ৰাইজে সদৰি কৰিছে৷এই সকল ৰাইজে অনতিপলমে কালাগ হাটখলাৰ বোকাপানী সমূহ আতৰ কৰি যাতায়তৰ উপযোগী কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RLD के Jayant Chaudhary को NDA गठबंधन के मंच पर नहीं मिली जगह, विपक्ष ने उठाए सवाल | Aaj Tak
RLD के Jayant Chaudhary को NDA गठबंधन के मंच पर नहीं मिली जगह, विपक्ष ने उठाए सवाल | Aaj Tak
দক্ষিণ মান্দাকাটাত জানাজা গৃহৰ আধাৰশিলা স্থাপন
জালুকবাৰী সমষ্টিৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ মান্দাকাটাত দেওবাৰে বিয়লি জানাজা গৃহৰ...
MCN NEWS | अवैध दारु विक्री, तिघांकडून ७१ हजारांचा साठा जप्त....
MCN NEWS | अवैध दारु विक्री, तिघांकडून ७१ हजारांचा साठा जप्त....
श्री जय भवानी माता बहुउद्देशीय सामाजिक संस्थेच्या चौथ्या नेत्रदात्या टिळक वार्ड रहिवासी स्व.श्रीमती राधिकाबाई मधुकरराव ठाकरे
"मरावे परी नेत्ररुपी उरावे" या उक्तीप्रमाणे टिळक वार्ड हिंगणघाट येथील रहिवासी असलेल्या...
✅শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকীত নিশা সন্দেহজনক ৭.৮৩ গ্ৰাম ড্ৰাগছ সহ ১ জন যুৱকক আটক ।
✅শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকীত নিশা সন্দেহজনক ৭.৮৩ গ্ৰাম ড্ৰাগছ সহ ১ জন যুৱকক আটক ।
ধৃত...