অহা ২৫ মে'ত ভাৰত চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম চৰকাৰে শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানলৈ প্ৰাৰ্থীসকলে তলত উল্লেখিত নথি সমূহ লগত লৈ যাবলৈ আহ্বান জনোৱা হ'ল : 

📌পৰিচয় পত্ৰ 

📌এডমিট কাৰ্ড 

📌 ৰিজাল্ট শ্বিট 

#thevoiceofchariduar #TVC #NewsUpdate