সোণাৰিত বল বম।

 আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ। শিৱৰ অগণন ভক্তই দিল্লীঘাটৰ দিচাং নৈৰ পৰা পানী আনি সোণাৰি শিৱ মন্দিৰৰ শিৱ লিংগত ঢালি নিজৰ মনোকামনা পূৰণৰ বাবে দেবাদীদেৱ মহাদেৱক প্ৰাৰ্থনা কৰে।