আজিৰ ফলাফলক লৈ বিৰোধি দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া :- হঠাৎ এনেদৰে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ তাৎপৰ্য কি মই বুজি পোৱা নাই।