হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ সফলতা।  

ষষ্ঠ স্থানত জিলিকিল অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী অন্তৰা মোবাসিৰা হক খণ্ডকাৰ, দশম স্থানত নিলাভ পাঠক।

#thevoiceofchariduar #NewsUpdate #SEBA #HSLC #assamjatiyabidyalay