আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাবলত অসমৰ ভিতৰত দশম স্থান লাভ কৰি চৰাইদেউ জিলাৰ মৰাণহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ বৰ কটকীয়ে। মৰাণ কুশল নগৰ নিৱাসী অশোক বৰ কটকী আৰু বনিতা বৰকটকীৰ পুত্ৰ ঋতুৰাজ বৰকটকীৰ এই সাফল্যত মৰাণ উঃমাঃবিদ্যালয়ত অভাৱনীয় আনন্দমুখৰ পৰিবেশৰ সৃষ্টি।হৈছে।মুঠ ।৫৮৫নম্বৰেৰে দশম স্থান লাভ ।কৰা ঋতুৰাজে ভৱিষ্যতে চিকিৎসাসেৱা অধ্য য়ণ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।নিজৰ সাফল্যৰ কৃতিত্ত্ব পিতৃ -মাতৃ আৰু শিক্ষাগুৰুক দিয়ে।
আজি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিলে মাহমৰাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ বৰকটকীয়ে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/05/nerity_06158805a052950517063863e7c7f841.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)