আজি মৰাণত আন্তঃ ৰাষ্ট্ৰীয় চাহদিৱস উপলক্ষে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চাহ।মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা মৰাণ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে কয় যে চাহবাগিচাত জড়িত লোকসকল অকল জীৱিকাৰ কাৰণে নহয় ,বৰঞ্চ অসমৰ উন্নয়নৰ বাবেও প্ৰয়াস অব্যাহত।ৰাখিছে। প্ৰায় দুশ বছৰীয়া চাহ উদ্যোগৰ আজি আন্তঃ ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে সকলো শ্ৰমিক আৰু কৰ্মচাৰীক তথা চাহ।উদ্যোগৰ লগত জড়িত সকলো লোককে তেওঁ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভকামনা যাচে।
চাহ বাগানত জড়িত সকল জীৱিকাৰ বাবে নহয়, অসমৰ উন্নতিৰ বাবেও প্ৰয়াস কৰিছেআজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে অসম চাহমজদুৰ সংঘৰ মৰাণ শাখাত আজি আন্তঃৰাষ্ট্ৰীচাহ বাগানত জড়িত সকল জীৱিকাৰ বাবে নহয়, অসমৰ উন্নতিৰ বাবেও প্ৰয়াস কৰিছেআজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/05/nerity_b33af3f3e838448a92261f54aa84be10.jpg)