গোলাঘাটৰ ফৰকাটিংত দুখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ ৷ বৃহস্পতিবাৰে নিশা ফৰকাটিং আৰক্ষীয়ে দুখন ট্ৰাকৰ লগতে ড্ৰাইভাৰ, হেন্দিমেনসহ তিনিজনক আটক ৷ উল্লেখ্য যে নাগালেণ্ডৰ পৰা আহি আছিল দুয়োখন কয়লাভৰ্তি ট্ৰাক ৷ ট্ৰাককেইখনৰ ড্ৰাইভাৰে উল্লেখ কৰা অনুসৰি জনৈক নয়ন নামৰ লোকজনৰ ট্ৰাক দুখন বিশ্বনাথ চাৰিআলিৰ এখন চাহ বাগিচালৈ নি আছিল ৷ বৰ্তমান তিনিজনকে ফৰকাটিং আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ ট্ৰাককেইখনৰ কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷ট্ৰাককেইখনৰ চালক পল্টন ৰয়, ৰাজেন্দ্ৰ ৰয় আৰু ডাছয় ৰয় বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে এইক্ষেত্ৰত আৰক্ষীয়ে মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી ખાતે યોજાયેલ કલા-મહોત્સવ ૨૦૨૨ની જિલ્લા કક્ષાની સ્પર્ધામાં પ્રથમ ક્રમ પ્રાપ્ત કરતી રીંકલ પરમાર
ખાંભા તાલુકાના દલડી ગામે સામાન્ય પરિવારમાંથી આવતી રિંકલ નાનપણ થી ગાવાનો શોખ ધરાવતી. હાલ...
Sehat Talk with Isha Bhatia Sanan, S3, Ep16: How periods affect hair [अच्छे बालों के लिए क्या खाएं]
Sehat Talk with Isha Bhatia Sanan, S3, Ep16: How periods affect hair [अच्छे बालों के लिए क्या खाएं]
ધારી ટાઉન માંથી બે બુલેટ મોટર સાયકલોની ચોરી કરનારા બે ઈસમોને ચોરીના બુલેટ મોટર સાયકલો સાથે પકડી પાડતી અમરેલી સિટી માંથી પકડી પાડતી અમરેલી L.C.B. ટીમ
ધારી ટાઉનમાંથી બે બુલેટ મોટર સાયકલોની ચોરી કરનાર બે ઇસમોને ચોરીના બુલેટ મોટર સાયકલો, મળી...