২০১২ চনতেই ভূমি অধিগ্ৰহণ কৰা ভূমিৰ প্ৰাপ্য বিছাৰি এইবাৰ গোলাঘাটৰ ৰাজপথত নামিল স্থানীয় লোক ৷ কৃষিজীৱী লোকসকলৰ ম্যাদী পট্টাৰ মাটি পথৰ বাবে নিজ ইচ্ছামতে এৰি দিয়াৰ পিছতো আজিপৰ্য্যন্ত নাপালে ভূমি অধিগ্ৰহণৰ ধণ ৷ যাৰবাবে এতিয়া চৰকাৰলৈ কাতৰ আহ্বান এইসকল ভুক্তভোগী কৃষকৰ ৷ ২০১২ চনতেই ভূমি অধিগ্ৰহণ কৰাৰ পিছতো আজিপৰ্য্যন্ত প্ৰাপ্য ধন নাপায় ক্ষোভ উজাৰিলে সাধাৰন কৃষকসকলে ৷ পুলিবৰৰ পৰা ৰঙাজান সংযোগী প্ৰায় ৭ কিল’মিটাৰ দৈঘ্যৰ পথচোৱা বৰ্তমান পুনৰ নিৰ্মাণত বাধা প্ৰদান ৰাইজৰ ৷ তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওঁগে এইসকল কৃষক ৰাইজক ভূমি অধিগ্ৰহণৰ ধন শীঘ্ৰেই মুকলি কৰাৰ কথা উল্লেখ কৰিছিল যদিও আজিপৰ্য্যন্ত নোপোৱাত এতিয়া ক্ষোভত ফাটি পৰিছে এইসকল লোক ৷ অঞ্চলটোৰ প্ৰায় পঞ্চাশটা কৃষক পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰাৰ পিছতো প্ৰায় ১১ কোটি টকা দিবলৈ বাকী থকাৰ কথা উল্লেখ কৰে পৰিয়ালকেইটাই ৷ হাইট্ৰেক নামৰ পথ নিৰ্মাণ সংস্থাটোৱে নিৰ্মাণ কৰা পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ পিছত পুনৰ নিৰ্মাণৰ বাবে যো-যা কৰোতেই কাম বন্ধ কৰিলে এইসকল ভুক্তভোগী পৰিয়ালৰ ৷ তেওঁলোকৰ মতে সেইসময়ৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওঁগে আশ্বাস পিছতো আজিপৰ্য্যন্ত অধিগ্ৰহণৰ ধন লাভ নকৰাত এতিয়া মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালকেইটাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिक्किम में सुबह-सुबह कांपी धरती, रिक्टर स्केल पर 4.3 रही तीव्रता
तुर्की में भूकंप से तबाही के बीच अब भारत के सिक्किम राज्य में सोमवार को सुबह-सुबह भूकंप के झटके...
રાજકોટ: 22 વર્ષીય પરિણીતાએ અગમ્ય કારણોસર લોખંડના પાઇપમાં દુપટ્ટો બાંધી ફાંસો ખાઇ આપઘાત કર્યો
રાજ્યમાં અવાર-નવાર આત્મહત્યાના બનાવો સામે આવતા જ હોય છે. દુધસાગર રોડ પર માજોઠીનગરમાં રહેતા...
ई-वेस्ट को लेकर केंद्र सरकार ने उठाया बड़ा कदम, स्मार्टफोन और लैपटॉप की औसत आयु होगी सिर्फ पांच साल
देश के लिए बड़ी समस्या बनते जा रहे ई-वेस्ट से निपटने के लिए एक अप्रैल 2023 से प्रभावी हुए इन नए...
यह देशहित बजट है
देश में एक करोड़ लखपति दीदी, FDI मतलब फर्स्ट डेवलप इंडिया, आयुष्मान भारत योजना के तहत स्वास्थ्य...