বান সমস্যা আঁতৰিল যদিও বান বিধস্ত পথ মেৰামতি কৰাত লেহেমীয়া হোৱা দেখা গৈছে ছিপাঝাৰত। ছিপাঝাৰৰ দামপুৰ-গণেশকুঁৱৰী সংযোগী পথ চোৱা বানে ছিগি নিছিল যদিও এই পৰ্যন্ত মেৰামতি কৰা হোৱা নাই। যাৰ ফলত উপায়ন্তৰ হৈ ছিৰাজ আলি নামৰ ব্যৱসায়ী গৰাকীয়ে নিজা প্ৰচেষ্টাৰে এই পথটো মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰি যাতায়াতৰ উপযোগী কৰি তুলিছে। এই পথটো অতি সোনকালে মেৰামতি নকৰিলে আকৌ অনুপযোগী হৈ পৰিব বুলি স্থানীয় লোকে জনাইছে। এই ক্ষেত্ৰত বিধায়ক পৰমানন্দ ৰাজবংশীৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાવાઝોડાના કારણે હોર્ડિંગ માથે પડતા એક આધેડ વ્યક્તિને ઇજા પોહોંચી
સૌરાષ્ટ્ર ભરમાં જ્યારે વાવાઝોડું અને પવન ફૂંકાયો હતો તેવા સમયે તંત્રએ અનેક હોર્ડિંગ ઉતાર્યા હતા...
राहुलजी देश वासियांना गांधीचा देश परत मिळवून द्या!
युवक काँग्रेस चे प्रदेश सचिव सुनील नागरगोजे यांनी राहुलजी याना व्यक्त केली इच्छा
मा.राहुलजी गांधी यांनी सुरू केलेल्या कन्याकुमारी ते जम्मु काश्मीर अशी 3500 किलोमीटर ची भारत जोडो...
Sabarkantha વડાલી તાલુકા કુબાધરોલ ગામમાં ગામલોકો દ્વારા વોચ રાખી દારૂની હેરાફેરી કરતા માણસોને પકડ્યા
Sabarkantha વડાલી તાલુકા કુબાધરોલ ગામમાં ગામલોકો દ્વારા વોચ રાખી દારૂની હેરાફેરી કરતા માણસોને પકડ્યા
মহানগৰীৰ সিজুবাৰীত দুই সাংসদ, বিধায়ক নিৰুদ্দেশৰ ফলক
মহানগৰীৰ সিজুবাৰীত দুই সাংসদ, বিধায়ক নিৰুদ্দেশৰ ফলক
#assam #guwahati #NewsUpdate...