চৰাইদেউ জিলাৰ মাহমৰাত অৱস্থিত বিজেপিদলৰ বাজপেয়ী ভৱনত আজি মাহমৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী গীতামনি চিৰিংৰ সভাপতিত্বত এখনি গুৰুত্ব পূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্যনিবাহক সদস্যা অলি মহন , মণ্ডল প্ৰভাৰী ললিতা বৰা, মাহমৰা গ্ৰাম্য মণ্ডল ,বিজেপিৰ সাধাৰন সম্পাদক দিগন্ত আৰনধৰা, জিলা সাধাৰন সম্পাদিকা জুৰি মহন ,উপসভানেত্ৰী মমী গগৈ, সহ প্ৰভাৰী বৰ্নালী গগৈ সহ মণ্ডল ৰ পৰাপ্ৰতিনিধিত্ব কৰা জিলা , মণ্ডল মহিলা মৰ্চাৰ মহিলা মৰ্চাৰ বিষয় ববীয়া সকল উপস্থিত থাকে। এই সভাতে মুলতঃ তৃণমূল পৰ্য্যায়ৰ পৰা সাংগাঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত সকলোৱে মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભીખારી કે અમીર..???
ગર્વ લેવો કે પછી.....દુનિયાનો સૌથી અમીર ભિખારી ભારતમાં : ભરત જૈન પાસે મુંબઈનાં પરેલમાં 2...
एनसीपी नेता नवाब मलिक के बेटे पर फर्जीवाड़ा का मामला दर्ज
मुंबई : महाराष्ट्र के पूर्व मंत्री और एनसीपी नेता नवाब मलिक के बेटे फराज...
10 રેલવે સ્ટેશનને અત્યાધુનિક સુવિધા સંપન્ન બનાવવાની યોજના
અમૃત ભારત મહોત્સવ અંતર્ગત કેન્દ્ર ની મોદી સરકારે ગુજરાત ના ૧૦ રેલવે સ્ટેશનો ને અત્યાધુનિક સુવિધા...
MCN NEWS| जिद्द, मेहनत व परिश्रमाच्या जोरावर अपेक्षित यश मिळते -रमेश पटेल
MCN NEWS| जिद्द, मेहनत व परिश्रमाच्या जोरावर अपेक्षित यश मिळते -रमेश पटेल
ઉપલેટા: બબલા ફેમીલી તરફથી ઇસાલે સવાબ આખરી સફર વાન ડોનેટ કરવામાં આવી.
ઉપલેટા: બબલા ફેમીલી તરફથી ઇસાલે સવાબ આખરી સફર વાન ડોનેટ કરવામાં આવી.