চৰাইদেউ জিলাৰ মাহমৰাত অৱস্থিত বিজেপিদলৰ বাজপেয়ী ভৱনত আজি মাহমৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী গীতামনি চিৰিংৰ সভাপতিত্বত এখনি গুৰুত্ব পূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্যনিবাহক সদস্যা অলি মহন , মণ্ডল প্ৰভাৰী ললিতা বৰা, মাহমৰা গ্ৰাম্য মণ্ডল ,বিজেপিৰ সাধাৰন সম্পাদক দিগন্ত আৰনধৰা, জিলা সাধাৰন সম্পাদিকা জুৰি মহন ,উপসভানেত্ৰী মমী গগৈ, সহ প্ৰভাৰী বৰ্নালী গগৈ সহ মণ্ডল ৰ পৰাপ্ৰতিনিধিত্ব কৰা জিলা , মণ্ডল মহিলা মৰ্চাৰ মহিলা মৰ্চাৰ বিষয় ববীয়া সকল উপস্থিত থাকে। এই সভাতে মুলতঃ তৃণমূল পৰ্য্যায়ৰ পৰা সাংগাঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত সকলোৱে মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Coronavirus Updates India: कोरोना की रफ्तार में आई गिरावट, एक दिन में दर्ज किए गए 6,660 नए केस
देश में पिछले 24 घंटे में कोरोना के 6,660 नए केस दर्ज किए गए हैं। इसके साथ ही अब देश में...
Nilesh Rane: झाराप येथील चहाच्या टपरीवर वाद; पर्यटकाला बांधून ठेवले, निलेश राणेंचा थेट इशारा | Kudal
Nilesh Rane: झाराप येथील चहाच्या टपरीवर वाद; पर्यटकाला बांधून ठेवले, निलेश राणेंचा थेट इशारा | Kudal