: গছ থাকিলেহে মানুহ থাকিব । সেয়েহে পৃথিৱী খন সেউজীয়া কৰাৰ লক্ষ্যৰে ২০১৭ চনত টিহুৰ মনোজ বড়ো, নিপন হালৈ, নৱজিৎ কলিতা আৰু বেদান্ত বিকাশ কলিতাই এক মহান কাৰ্যসূচীৰ হাতত লয় । তেতিয়াৰে পৰা উদীয়মান যুৱকসকলে টিহুৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰি আহিছে । যুৱক সকলে মাতৃ দিৱসৰ লগত সংগতি ৰাখি আজি টিহু-মাখিবাহা গড়কাপ্টানি পথৰ দুয়োকাষে কৃষ্ণচুড়া গছৰ পুলি ৰোপন কৰে । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে । মনোজ বড়োই আঁত ধৰা অনুষ্ঠানটোত টিহু পৌৰ সভাৰ পৌৰ পতি হিমানী মজুমদাৰ, মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মা, টিহু আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি গোৱিন্দ কলিতা আদি কেইবাজনেও অংশ লৈ উদ্যোক্তা সকলৰ শলাগ লয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तमिलनाडु: राज्य गान के 'अपमान' पर DMK सांसद कनिमोझी ने की अन्नामलाई से माफी की मांग
Karnataka Elections 2023: चेन्नई, एजेंसी। द्रविड़ मुनेत्र कषगम (DMK) पार्टी की सांसद कनिमोझी...
બનાસકાંઠા જિલ્લામાં તારીખ 25 મે સુધી પડશે ગરમી
બનાસકાંઠા જિલ્લામાં આગામી તા. 25 મે સુધી હિટવેવ
હિટવેવને કારણે શ્રમિકોને બપોરે 12 થી 4 કામ...
ರಾಜ್ಯ ಸರ್ಕಾರವು ಕಲ್ಲು ಗಣಿ ಮತ್ತು ಸ್ಟೋನ್ ಕ್ರಷರ್ ಗಳಿಗೆ ವಿಧಿಸಿರುವ ನಿಯಮಗಳನ್ನು ಸರಳೀಕರಣಗೊಳಿಸಬೇಕೆಂದು ಡಿ. ಸಿದ್ದರಾಜು ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಡಿಸೆಂಬರ್ 9, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಯೂನಿಯನ್ ಆಫ್ ಕರ್ನಾಟಕ ಕ್ವಾರಿ & ಕ್ರಷರ್...
પોલીસ જવાન ૧૨ જ્યોતિર્લિંગ, ચારધામની ૧૬હજાર કિલોમીટરની સાઈકલ યાત્રા ઉપર #shiv #police #gujaratpolice
પોલીસ જવાન ૧૨ જ્યોતિર્લિંગ, ચારધામની ૧૬હજાર કિલોમીટરની સાઈકલ યાત્રા ઉપર #shiv #police #gujaratpolice