বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ প্ৰতি কঠোৰ হৈ পৰা চৰকাৰ খনে অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰূদ্ধেও কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে, যোৱা নিশা প্ৰায় ১০বজাত কলিয়াবৰ শিলঘাট খণ্ড বন বিষয়া কল্যাণ শইকীয়াৰ নেতৃত্ব আৰু জখলাবন্ধা খণ্ড বন বিভাগৰ সহযোগত কলিয়াবৰ বৰঘূলীৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় কলিয়াবৰ বনবিভাগে ।জব্দ কৰা কাঠমিলৰ গৰাকীৰ ওপৰত বনবিভাগে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দিয়া হ'ব বুলি বক্তব্য কৰাৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চলত থকা অবৈধ কাঠৰ মিলৰ ওপৰত আইনী ভাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সংবাদ মাধ্যমৰ যোগেদি সকিয়াই দিয়ে খণ্ড বনবিষয়া কল্যাণ শইকীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Horses : बदहवास सड़कों पर दौड़ते रहे सेना के घोड़े, लोगों को ज़ख्मी किया, टकराए, ख़ून से लथपथ (BBC)
Horses : बदहवास सड़कों पर दौड़ते रहे सेना के घोड़े, लोगों को ज़ख्मी किया, टकराए, ख़ून से लथपथ (BBC)
पाकिस्तान में इमरान के ऐलान के बाद विरोध प्रदर्शन शुरू:राजधानी इस्लामाबाद की तरफ बढ़ रहे प्रदर्शनकारी
जेल में बंद पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान की मांग पर आज उनके सर्मथक देश भर में विरोध...
गुदड़ी के लाल चित्रांश लालबहादुर शास्त्री की 120 वी जयन्ती
गुदड़ी के लाल चित्रांश लालबहादुर शास्त्री की 120 वी जयन्ती पर राष्ट्रीय कायस्थ महापरिष्द,...
नव वर्ष की धूम-मेले जैसा माहौल नववर्ष की बधाइयों का सिलसिला जारी। गोरखपुर
नव वर्ष की धूम-मेले जैसा माहौल नववर्ष की बधाइयों का सिलसिला जारी। गोरखपुर