বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ প্ৰতি কঠোৰ হৈ পৰা চৰকাৰ খনে অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰূদ্ধেও কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে, যোৱা নিশা প্ৰায় ১০বজাত কলিয়াবৰ শিলঘাট খণ্ড বন বিষয়া কল্যাণ শইকীয়াৰ নেতৃত্ব আৰু জখলাবন্ধা খণ্ড বন বিভাগৰ সহযোগত কলিয়াবৰ বৰঘূলীৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় কলিয়াবৰ বনবিভাগে ।জব্দ কৰা কাঠমিলৰ গৰাকীৰ ওপৰত বনবিভাগে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দিয়া হ'ব বুলি বক্তব্য কৰাৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চলত থকা অবৈধ কাঠৰ মিলৰ ওপৰত আইনী ভাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সংবাদ মাধ্যমৰ যোগেদি সকিয়াই দিয়ে খণ্ড বনবিষয়া কল্যাণ শইকীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऐतिहासिक रामसागर झील की सुरक्षा दीवार जगह जगह से हुई क्षतिग्रस्त, हो रहा पानी का रिसाव, जिम्मेदार विभाग बेपरवाह
बूँदी जिले की ऐतिहासिक झीलों मे शुमार हिण्डोली की रामसागर झील की सुरक्षा दीवार जगह जगह से...
ગારીયાધાર લમ્પી વાયરસના વધતા આંકને લઈ તંત્ર દ્વારા રસીકરણ હાથ ધરાયુ
ગારીયાધાર લમ્પી વાયરસના વધતા આંકને લઈ તંત્ર દ્વારા રસીકરણ હાથ ધરાયુ
ঐতিহাসিক দ'ল পুখুৰী চৌহদ আৰু পুখুৰীত চফাই কাৰ্যসূচী ।
সেৱা পষেক কাৰ্যসূচী অনুসৰি বিজেপিৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত অবিচি মৰ্চা ৰমণী মণ্ডলৰ সভাপতি দেৱজিৎ...
હિંમતનગરના બ્રહ્મણેશ્વર મહાદેવ મંદિર ખાતે ૯ દિવસ કથાનું આયોજન કરાયું...!
હિંમતનગરના બ્રહ્મણેશ્વર મહાદેવ મંદિર ખાતે ૯ દિવસ કથાનું આયોજન કરાયું...!
সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক
সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক। ...