চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টিৰ মৰাণ নগৰ মণ্ডলৰ সহযোগত অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে নিশা আলোচনা সভা আৰু বিভিন্ন।কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে গুৱাহাটীত অনুষ্ঠিত হোৱা বিহুৰ বিশ্ব অভিলেখত অংশ গ্ৰহন কৰা বৃহত্তৰ মৰাণ অঞ্চলৰ বিহুৱা-বিহুৱতী সকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত।,উপ পৌৰপতি উদয় শংকৰগগৈ , বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহক অলি মহন মৰাণ নগৰ মণ্ডল বিজেপিৰ সভাপতি অমৰদীপ ভাগৱতী মাহমৰা।গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী গীতামনি চিৰিং , ৰাজ্যিক কাৰ্য্যনিব্জাহক সদস্য নৱ বৰুৱা, মৰাণ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড সদস্য সকল , আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं