গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে গহপুৰৰ তিনিজন আৰক্ষী বিষয়াই । গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (Insp.OC) #চুচিল_কুমাৰ_দত্ত ক " Best OC " , হাৱাজান থানাৰ উপ-পৰিদৰ্শক #সঞ্জয়_শইকীয়া ক " Best IC " আৰু ঘাঁহিগাঁও OP ৰ সহকাৰী উপ-পৰিদৰ্শক #দেৱেন্দ্ৰ_মোচাহাৰী ক " Best deteetion in respeet of arunachal liquor " সন্মান প্ৰদান কৰে । বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক #নবীন_সিঙে প্ৰদান কৰে, এই সন্মান । তিনিও বিপ্লৱী যোদ্ধাক গহপুৰ দৈনিক পৃষ্ঠাৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરતમાં સભાને સંબોધતા UPના CM યોગીએ કહ્યું-'પોતાને જાદુગર ગણાવનારાને ખબર નથી સ્પીડ બ્રેકર આવશે'.
વિધાનસભાની ચૂંટણીની તારીખો જાહેર થઈ ગયા બાદ ભવ્ય જીત મેળવવા માટે ભારતીય જનતા પાર્ટી દ્વારા તેમના...
Abdullahs, Congress act like Pakistan spokespersons : Chugh || Create fear in J&K to please their ISI masters : Chugh
BJP national general secretary Tarun Chugh who is also the party incharge for J&K, today said...
লংকাত যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত যাত্ৰীৰ মাজত লাগে হাহাকাৰ।নগাওঁ অভিমুখী AS-02AC-1752 নম্বৰৰ বাছখনত আকস্মিক জুইৰ সূত্ৰপাত ঘটে
লংকাত যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত যাত্ৰীৰ মাজত লাগে হাহাকাৰ।নগাওঁ অভিমুখী...
मदन राठौड़ ने की पीएम मोदी से मुलाकात:प्रधानमंत्री ने उप चुनाव की सफलता पर दी बधाई; संगठन और सरकार के कामों की जानकारी ली
विधानसभा उप चुनावों के बाद आज बीजेपी प्रदेशाध्यक्ष मदन राठौड़ ने पीएम मोदी से मुलाकात की। दिल्ली...
Surendranagar : બાજરડા Gram Panchayat સર્વાનુમતે દેવીપૂજક સમાજના યુવા આગેવાનને ઉપસરપંચ તરીકે વરણી
Surendranagar : બાજરડા Gram Panchayat સર્વાનુમતે દેવીપૂજક સમાજના યુવા આગેવાનને ઉપસરપંચ તરીકે વરણી