ডিব্ৰুগড়ৰ চৌকিডিঙিত বাইক দুৰ্ঘটনা।AS-O6 - 3470 নম্বৰৰ তীব্ৰবেগী বাইকৰ খুণ্ডাত গুৰুতৰভাৱে আহত হয় এজন চাইকেল আৰোহী। চাইকেল আৰোহীজনৰ নাম হৈছে নীলকণ্ঠ যাদব ।