ডিব্ৰুগড় জিলাৰ।মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ ডোমৰদলং সেউজ সংঘ স্থিত বীৰাংগণা সতী সাধিনী প্ৰতিমূৰ্তি স্থলীত আজি সতী সাধিনী স্মৃতি দিৱস উদ্‌যাপন কৰাহয়।চুতীয়া জাতি সন্মিলন চুতীয়া জাতি যুৱ সন্মিলন চুতীয়া।ছাত্ৰ সন্থা আৰু চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এই অনুস্থানত পতাখা উত্তোলন কৰে প্ৰাক্তন।শিক্ষক তথা সমাজ কৰ্মী গিৰীশ চুতীয়াই

 ।ইয়াৰ পিছতে সৰ্বোদয় গাঁও পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়া তথা স্থানীয় সমাজ সেৱিকা ও প্ৰাক্তন শিক্ষয়ত্ৰী সত্যসন্ধ্যা।চুতীয়াই বন্তি প্ৰজ্বলন।কৰে। অনুষ্ঠানত চুতীয়া ছাত্ৰসন্থাৰ উপদেষ্টা ক্ষীৰোদ।চুতীয়া তথা জিলাসমিতিৰ বিষয় ববীয়া সঞ্জীৱ চুতীয়াক প্ৰমুখ্য কৰি।বহুসংখ্যক লোকে অংশ গ্ৰহন কৰে।