চপাইত বাগৰুম্বা নৃত্য কৰ্মশালা আৰম্ভণি

 ২০ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনৰ ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সহযোগত আজিৰে পৰা ৮ দিনীয়া বিনামূলীয়াকৈ বাগৰুম্বা নৃত্য কৰ্মশালা আৰম্ভ হৈছে। শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডঃ বিজয় কুমাৰ শৰ্মাই উদ্বোধন কৰা এই