আজি ALL ASSAM GORKHA STUDENT'S UNION উদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু সমগ্ৰ জিলাৰ ১২ টা AAGSU ৰ আঞ্চলিক সমিতিৰ সহযোগত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75%ৰ পৰা অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । উক্ত কাৰ্য্যসূচীত জিলা AAGSU ৰ সভাপতি ৰাম ছেত্ৰী , কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক্ৰমে দূৰ্গা বছনেট আৰু তৃদেৱ ৱিষ্ট, মাজবাট বিধান সভা সমষ্টি ৰ সাংসদ ৰ প্ৰতিনিধি কিশোৰ শৰ্মা ,

গোর্খা সন্মিলনৰ ভুৱন ধমালা ,প্ৰাক্তন AAGSU জিলা সভাপতি Som Razz Sonar দেৱ , BTC ৰিজনৰ দায়িত্বত থকা ৰোহিত দাহাল দেৱ , জিলাৰ দায়িত্বত থকা পূৰ্ণ কিৰাত ৰায় দেৱ , VCDC চিয়াৰমেন চন্দন বৰালৰ লগতে জাতীয় সংগঠনৰ বহু কাৰ্যকৰ্তা উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ।