:: ইছলাম ধৰ্মী লোক সকলে পালন কৰা পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি বৰমাৰ বাস্কা প্ৰেছ ক্লাব প্ৰাঙ্গনত বিভিন্ন সংগঠনৰ বিষয়ববীয়াৰ উপস্হিতিত আযোজন কৰা হয় সমূহীয়া ইফটাৰ পাৰ্টি। বৰমা মহাবিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যাপক শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মাৰ উদ্যোগত লগতে বাস্কা প্ৰেছ ক্লাৱৰ সহযোগত হোৱা এই ইফটাৰ পাৰ্টিত বিভিন্ন ধৰ্মৰ বহু লোক উপস্হিত থাকে । আজিৰ ইফটাৰত উপস্হিত থকা অসম উন্নতি সভাৰ গোবিন্দ ভুঞা ,বাস্কা প্ৰেছ ক্লাবৰ উপদেষ্টা দিলীপ কুমাৰ হালৈ ,বৰমা সাহিত্য সভাৰ সম্পাদক ভাৰত ৰাজবংশী,সাংবাদিক অনুপম তালুকদাৰ ,পংকিল বৰ্মন ,আলকাচ আলী , ,চিত্ৰ শিল্পী নিৰেন তালুকদাৰ , সাংস্কৃতিক কৰ্মী অম্বিয়া বেগম ,বৰমা চেম্বাৰ অফ কমাৰ্চৰ সম্পাদক ৰুপম দাস ,বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সম্পাদক ধনজিৎ বৰ্মন ,বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ম: মতিন আলী, বৰমা আঞ্চলিক অসম জাতীয়তাবাদী যুবছাত্ৰ পৰিষদৰ সম্পাদক চিন্তু আহমেদ , ধীৰাজ বৰ্মন ,বাস্কা প্ৰেছ ক্লাবৰ সভাপৰি ধ্ৰুব শৰ্মা ,ব্যৱসায়ী দেবা ঠাকুৰ ,কবি প্ৰিঞ্চ ৰাভা , প্ৰনামী হালৈ উপস্হিত থাকি ৰমজান মাহ উপলক্ষে সকলোকে শুভেচ্ছা জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કઠલાલ સ્વાગત હોટલ ખાતે શહેર ભાજપની મિટિંગ યોજાઈ
Video from સરપંચ સમાચાર ન્યૂજ઼ ચેનલ
मोटोरोला का नया फ्लिप फोन Motorola Razr 50 भारत में होगा लॉन्च, कंपनी ने लगाई मुहर
मोटोरोला अपने ग्राहकों के लिए एक नया फ्लिप फोन ला रहा है। जी हां Motorola Razr 50 Ultra के बाद...
महिलाओं को राहत दे रही मुख्यमंत्री की 450 रुपए में गैस सिलेण्डर योजना
बूंदी. प्रदेश के मुख्यमंत्री श्री भजन लाल शर्मा ने द्वारा दी गई 450 रुपए की लागत में गैस सिलेंडर...
बून्दी को मिली बड़ी सौगात, वन्दे भारत के ठहराव को मिली मंजूरी
बून्दी को मिली बड़ी सौगात, वन्दे भारत के ठहराव को मिली मंजूरीस्पीकर बिरला के प्रयासों से मिली...
चापरमुख मारवाड़ी पट्टी में दो श्रीहनुमान जन्मोत्सव ६से।
६अप्रैल को कलश यात्रा।
रोहा चापरमुख मारवाड़ी पट्टी स्थित श्री हनुमान मंदिर प्रांगण में चैत्र शुक्ल पूर्णिमा छह अप्रैल को...