ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষা খণ্ডৰ উন্নয়ন বাবে গুণ উৎসৱত অনুষ্ঠিত কৰা পাছতেই এবাৰ ৰাজ্যৰ অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ । স্বাস্থ্য খণ্ডৰ সামগ্ৰিক ব্যৱস্থাপনাৰ উন্নয়ন কৰা বাবে এইবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য সেৱা উৎসৱত অনুষ্ঠিত কৰিছে । আজি মৰাণ ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত হল স্বাস্থ্য সেৱা উৎসৱ । মৰাণ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱত অংশগ্ৰহণ কৰিলে বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলে । মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা স্বাস্থ্য সেৱা উৎসৱত অংশগ্ৰহণ কৰি বিধায়ক চক্ৰধৰ গগৈৰে চিকিৎসালয় আন্তঃগাঠনিৰ বুজ লয়।
মৰাণ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱত অংশগ্ৰহণ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষা খণ্ডৰ উন্নয়ন বাবে গুণ উৎসৱত অনুষ্ঠিত কৰা পাছতেই এবাৰ ৰাজ্যৰ অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ । স্বাস্থ্য খণ্ডৰ সামগ্ৰিক ব্যৱস্থাপনাৰ উন্নয়ন
