টিংখাঙৰ স্থানীয় ব্যৱসায়ীৰ পৰা আলফাৰ নামত ধন দাবী কৰি অৱশেষত টিংখাং আৰক্ষীৰ জালত পৰিল তিনিজনকৈ যুৱক। জানিব পৰা অনুসৰি আৰক্ষীৰ জালত পৰা তিনি যুৱক ক্ৰমে অৰুণ দাস(27), বিকাশ ছেত্ৰী(40), বিশ্বজিত বৰা(24) ।টিংখাং আৰক্ষীয়ে 42/2023 u/s120 B / 387/506 IPC r/w sec 10/13 UA(P) Act অধীনত কেচ ৰুজু কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।