সোমবাৰে আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই তৎপৰ হৈছে ৰাজ্যৰ চিকিৎসালয় সমূহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই আজি মৰাণ ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত হ'ল অগ্নিকাণ্ড লৈ ঘটনাক লৈ মকড্ৰিল কাৰ্যসূচী। চিকিৎসালয়ত আকস্মিক ভাৱে অগ্নিকাণ্ড সংঘটিত হ'লে কেনেকৈ ৰোগীৰ লগতে চিকিৎসালয়ৰ সামগ্ৰী ৰক্ষা কৰিব পাৰি ইয়াকে লৈ আজি অনুষ্ঠিত হ'ল মকড্ৰিল কাৰ্যসূচী।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই মৰাণ ৰাজ্যিক চিকিৎসালয়ত মকড্ৰিল কাৰ্যসূচী
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/04/nerity_b21e6b244ff7f017104d703912a29c84.jpg)