আজি ডা°পাৰ্থপ্ৰতীম বেজবৰুৱাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধ৷পৰিয়াল তথা শুভাকাংক্ষীয়ে তেওঁৰ বাসগৃহত আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি জনাৱ৷উল্লেখ্য যে যোৱা ২৬ মাৰ্চত এটি শোকাবহ মটৰচাইকেল দুৰ্ঘটনাত অকালতে ডা°পাৰ্থপ্ৰতীমক হেৰুৱাই পৰিয়াল,আত্মীয় স্বজন তথা অজস্ৰ গুনমুগ্ধক শোকবিহ্বল কৰি তুলিছিল৷আজি ৪ এপ্ৰিলৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা পৰিয়াল তথা আত্মীয় স্বজন আৰু গুনমুগ্ধ সকলে তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উদ্দেশ্যই তেওঁৰ বাসভৱনত মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছে৷উক্ত অনুষ্ঠানত প্ৰয়াত বেজবৰুৱাৰ পিতৃ ভূপেন বেজবৰুৱা আৰু মাতৃ হৰেশ্বৰী বেজবৰুৱাই সকলো ৰাইজৰ সহযোগ কামনা কৰাৰ লগতে যিসকল জ্ঞাত অজ্ঞাত শুভাকাংক্ষীয়ে তেওঁলোকৰ দুখৰ সমভাগী হৈছিল সেইসকল পৰম সুহৃদ ৰাইজৰ ওচৰত তেওঁলোক চিৰকৃতজ্ঞ বুলি প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচায্যৰ পৰলোক
শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচায্যৰ পৰলোক।
12 से 21 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर नया सिस्टम,देश में होगी फिर भारी बारिश।।
12 से 21 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर नया सिस्टम,देश में होगी फिर भारी बारिश।।
External security of course is of paramount importance - Former Army Chief General M M Naravane
External security of course is of paramount importance - Former Army Chief General M M Naravane