দেশৰ নতুন উপ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে জগদীপ ধনকড়। আজি হোৱা নিৰ্বাচনত মুঠ ভোটদান হয় ৭২৫টা ইয়াৰে ৭১০ টা ভোট বৈধ হয়। ধনকড়ে লাভ কৰে ৫২৮টা ভোট আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গেৰেট আলভাই পাই ১৮২ টা ভোট। অহা ১১ আগষ্টত শপত লব নতুন উপ ৰাষ্ট্ৰপতি গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত পৌৰবাসী
এজাক বৰষুণত বুৰিল সোণাৰি নগৰ।
সোণাৰি, ২৭ জুলাই: যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বুৰিল...
ঢকুৱাখনাত স্কুলীয়া ছাত্ৰক তালিবানী শাস্তিৰ মূল অভিযুক্ত দুলুমণিক ন্যায়িক জিম্মালৈ প্ৰেৰণ
আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি...
ಮುಂಬರುವ ಲೋಕಸಭಾ ಚುನಾವಣೆಯಲ್ಲಿ ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಸ್ಪರ್ಧಿಸಲು ಜಿ. ಮರಿಸ್ವಾಮಿ ಅವರಿಗೆ ಬಿಜೆಪಿ ವರಿಷ್ಠರು ಅವಕಾಶ ಮಾಡಿಕೊಡಬೇಕೆಂದು ಒತ್ತಾಯಿಸಿದರು.
ಫೆಬ್ರವರಿ 7, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ನ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ' ಕರ್ನಾಟಕ ವೀರಶೈವ ವಿದ್ಯಾಭಿವೃದ್ಧಿ ಸಂಸ್ಥೆ' ಹಾಗೂ...
વાંકાનેર જીન પરા વિસ્તારમાં યુવાન ઓલ આઉટ પી ગયો
વાંકાનેર જીન પરા વિસ્તારમાં યુવાન ઓલ આઉટ પી ગયો
વાંકાનેરમાં જીનપરા વિસ્તારની...
तेज गर्मी व उमस को मूसलाधार बरसात ने धोया।
नमाना क्षेत्र भर में मंगलवार सुबह से ही तेज गर्मी और उमस के कारण लोगों का हाल बेहाल हो रहा था,...