ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিছিনালৈ বৰমাত আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা ।

#অসমৰ আকাশে-বতাহে এতিয়া ঢোলৰ গুমগুমণি । আৰম্ভ হৈছে আখৰা, কৰ্মাশালাৰ। 

#বৰমাতো যোৱা ২১ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত চলি থকা হৈছে বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালা আজি সফল সামৰণি পৰে।

#মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহু ৰাণী, বিহু সম্ৰাজ্ঞী নিলাক্ষী বৰগোহাঁই।

#প্ৰায় দুশ গৰাকী নাচনী প্ৰশিক্ষাৰ্থী আৰু বিশ গৰাকী ঢুলীয়া প্ৰশিক্ষাৰ্থীৰ কৰ্মশালাত অংশগ্ৰহণেৰে সাংস্কৃতিক স্থলীলৈ পৰ্যবসিত হৈছে বৰমাৰ বি কে ভাণ্ডাৰী এম.ই স্কুল প্ৰাঙ্গন ।

#নাচনী সকলৰ মুখত বিৰিঙিছে আনন্দৰ হাঁহি ।

আজি পৰে অন্ত পৰিল বিহুৰ নাচৰ সামৰণি