৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বটদ্ৰৱা উন্নয়ন খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ এক সজাগতা শোভযাত্ৰা উলিওৱা হয়৷বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰে শুভাৰম্ভ কৰা এই শুভাযাত্ৰাত বিভাগীয় বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে৷
৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বটদ্ৰৱা উন্নয়ন খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতা শোভযাত্ৰা
![](https://i.ytimg.com/vi/lG7_7RQPIVk/hqdefault.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)