শিৱসাগৰ জিলাৰ থাওৰা বিধান।সভা সমষ্টিৰ ডিমৌত দুখনকৈ বুথ সৱলী কৰণ সভাত অৎশ গ্ৰহন কৰিলে ডিমৌ আঞ্চলিক পঞ্চায়তৰ উপসভাপতি চন্দন বুঢ়া গোঁহাইয়ে। উপসভাপতি গৰাকীয়ে বুথক শক্তিশালী কৰি দলক।শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্য্যকৰ্তাক আহ্বান জনায় ।
ভাৰতীয়।জনতা পাৰ্টিৰ বুথ সৱলী কৰণ সভা অনুষ্ঠিত। অংশ গ্ৰহন কৰিলে।ডিমৌ আঞ্চলিক।পঞ্চায়তৰ উপসভাপতি চন্দন বুঢ়া গোঁহাইয়ে।
