অসমৰ চাহৰ দুশ বছৰীয়া ইতিহাসৰ লগত সংগতি ৰাখি আজি Tea Board India ৰ উদ্যোগত গোলাঘাটৰ "নেটা"ৰ কাৰ্যালয়ৰ আলোচনা কক্ষত চাহ উৎপাদ্দক আৰু ক্ৰেতা সকলৰ মাজত এক সৌহাদ্য মূলক আলোচনা সভা অনুষ্ঠিত হয়। এই আলোচনাত 

 আহমেদাবাদ, কলকাতা, শিলিগুৰি, সুৰেন্দ্ৰ নগৰ আদিৰ পৰা অহা চাহ ক্ৰেতা আৰু গোলাঘাট & কাৰ্বি আংলং জিলাৰ চাহ উৎপাদকসকলে অংশগ্ৰহণ কৰে।